সমললৈ যাওক

৩১ ডিচেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০১১১২
১৩১৪১৫১৬১৭১৮১৯
২০২১২২২৩২৪২৫২৬
২৭২৮২৯৩০৩১  

৩১ ডিচেম্বৰ (ইংৰাজী: 30 December) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৬৫ তম (অধিবৰ্ষত ৩৬৬ তম) দিন। এই দিনটো বছৰৰ শেষ দিন। এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৱলী

[সম্পাদনা কৰক]
  • বছৰৰ অন্তিম দিন
  • ১৯৪৪ - হাংগেৰীয়ে জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
  • ১৯৫৫ - সৰ্থেবাৰীক নগৰ হিচাপে ঘোষণা কৰা হয়।
  • ২০০০ - ইউৰোপৰ ১২খন দেশত ইউৰ’ মুদ্ৰাৰ প্ৰচলন আৰম্ভ হয়।
  • ২০১৮ - কাদেৰ খান, ভাৰতীয়-কানাডিয়ান অভিনেতা, চিত্ৰনাট্যকাৰ, কমেডিয়ান আৰু বোলছবি পৰিচালক।
  • ২০১৯ - ৰত্ন ওজা, অসমীয়া কবি, গীতিকাৰ, নাট্যকাৰ তথা মঞ্চ আৰু চলচ্চিত্ৰ শিল্পী।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]